বগা চন্দনৰ ঔষধি গুণ !

বগা চন্দনৰ ঔষধি গুণ !

চন্দন ভাৰতীয়ৰ জনপ্রিয় নাম৷ ইয়াৰ ব্যৱহাৰ পৃথিৱীৰ বিভিন্ন প্রান্তত প্রায় ৪০০০ বছৰ পুৰণি৷ হিন্দুৰ পৌৰাণিক সাহিত্যৰ লগতে ৰামায়ণ, মহাভাৰতত স্পষ্ট ৰূপত বর্ণনা তথা ব্যৱহাৰৰ কথা উল্লেখ আছে৷ চন্দন শব্দ সংস্কৃত আৰু পার্চিয়ান ভাষাৰ পৰা লোৱা যাক জনা যায় চফেদ চন্দন, শ্রীগোন্ধ ইত্যাদি নামেৰে৷ চন্দন দুইবিধ বগা চন্দন আৰু ৰঙা চন্দন