হোজাইত এতিয়াও আশ্ৰয় শিবিৰত সহস্রাধিক বানাক্ৰান্ত : পুনৰ মৃতদেহ উদ্ধাৰ, সন্ধানহীন এজন

হোজাইত এতিয়াও আশ্ৰয় শিবিৰত সহস্রাধিক বানাক্ৰান্ত : পুনৰ মৃতদেহ উদ্ধাৰ, সন্ধানহীন এজন

কপিলীৰ বাঢ়নী পানী হোজাই জিলাৰ লংকা আৰু হোজাই ৰাজহ চক্ৰত বান পৰিস্থিতি কিছু শাম কাটিছে যদিও এতিয়াও লংকা ৰাজহ চক্ৰত এতিয়াও এঘৰটা আৰু হোজাইত ২৯ টা আশ্ৰয় শিবিৰত প্ৰায় দহ শতাধিক লোক আশ্ৰয় গ্ৰহণ কৰি আছে এই লোক সকলক হোজাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ অমনোযোগিতাৰ বাবে হোজাই জিলা উপায়ুক্ত অনুপম