মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি : পৰিবহণ বিভাগৰ অভিযানত জব্দ কেইবাখনো বাছ…

মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি : পৰিবহণ বিভাগৰ অভিযানত জব্দ কেইবাখনো বাছ…

মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি ধৰা পেলাইছে পৰিবহণ বিভাগে। বৃহস্পতিবাৰে মহানগৰীত এনফোৰ্ছমেণ্ট বিভাগে কেইবাখনো স্কুল বাছত অভিযান চলাই ধৰা পেলাই বিসংগতি। অভিযানত শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ৩ খনকৈ বাহন জব্দ। জানিব পৰা মতে স্কুল বাছসমূহত নাই ছাত্রীৰ বাবে সা-সুবিধা। যিখিনি সা-সুবিধা থাকিব লাগে জব্দকৃত এই বাহনসমূহত নাই পৰ্যাপ্ত সুবিধা। সেয়েহে অভিযানকাৰী

দেৱলীনা সোণোৱালৰ স্বামীক ফাঁচীৰ দাবীত উত্তাল সোণাৰি চাপৰি আৰক্ষী চকী

দেৱলীনা সোণোৱালৰ স্বামীক ফাঁচীৰ দাবীত উত্তাল সোণাৰি চাপৰি আৰক্ষী চকী

মঙলাবাৰে দেৱলীনা সোণোৱালৰ মৃতদেহ স্বামীগৃহত উদ্ধাৰৰ পাছতে দেৱলীনাৰ পিতৃ পৰিয়ালে হত্যাৰ অভিযোগ উত্থাপন কৰিছে। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত নাৰায়নপুৰ চাপৰি গাঁৱৰ পৱন বৰুৱাক দেৱলীনাৰ পিতৃ পৰিয়ালে ৫ লাখ আদায় নিদিয়াৰ বাবেই অমানুষিক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ মুকলি অভিযোগ উত্থাপন কৰে। বুধবাৰে হত্যাকাৰী স্বামীক কঠোৰতম শাস্তি বিহাৰ দাবীত একাংশ লোকে

গুৱাহাটীত গ্ৰেপ্তাৰ দুজন বাংলাদেশী উগ্ৰপন্থী

গুৱাহাটীত গ্ৰেপ্তাৰ দুজন বাংলাদেশী উগ্ৰপন্থী

গুৱাহাটীত গ্ৰেপ্তাৰ দুজন দুৰ্ধৰ্ষ বাংলাদেশী উগ্ৰপন্থী পল্টন বজাৰ ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ দুই উগ্ৰপন্থীক উগ্ৰপন্থী দুজন বাহাৰ মিঞা আৰু ৰচুল হক গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থী দুজন আনচাকুল বাংলাদেশৰ সদস্য দুয়ো গুজৰাটৰ পৰা দ্বাৰকা এক্সপ্ৰেছযোগে গুৱাহাটীলৈ আহিছিল

গুৱাহাটী: অস্ত্ৰোপচাৰ কৰি পেটৰ ভিতৰত আনিছিল ক’কেইন; বিমান বন্দৰত গ্ৰেপ্তাৰ বিদেশী নাগৰিক

গুৱাহাটী: অস্ত্ৰোপচাৰ কৰি পেটৰ ভিতৰত আনিছিল ক’কেইন; বিমান বন্দৰত গ্ৰেপ্তাৰ বিদেশী নাগৰিক

বুধবাৰে গুৱাহাটী বিমান বন্দৰত শুল্ক বিভাগে এক অভিযান চলায়। অভিযানত বুজন পৰিমাণৰ ক’কেইনসহ এজন বিদেশী নাগৰিক গ্রেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে। গ্ৰেপ্তাৰ কৰা ৰেইনহাৰ্ড ছিৰেইট নামৰ যুৱকজন ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে যুৱকজনে অস্ত্রোপচাৰ কৰি পেটৰ ভিতৰত কোকেইনখিনি লৈ আনিছিল। জব্দকৃত ক’কেইনখিনিৰ মূল্য কেইবা কোটি টকা বুলি জানিব পৰা

পুলিছৰ ইউনিফৰ্মত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হ’ল নেকি গৃহৰক্ষী জোৱান?

পুলিছৰ ইউনিফৰ্মত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হ’ল নেকি গৃহৰক্ষী জোৱান?

ৰাজ্যত এতিয়াও অন্ত পৰা নাই ৰঙালীৰ উছাহ। শদিয়াৰ পৰা ধুবুৰীলৈ চলি আছে ৰঙালী বিহুৰ উচাহ। ইখনৰ পিছত সিখন মঞ্চত জনপ্ৰিয় গীতেৰ সুৰৰ ঝংকাৰ তুলি আছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। প্ৰতিখন মঞ্চতে অনবদ্য ৰূপ জুবিন গাৰ্গ। সংগীত অনুষ্ঠানৰ মাজতে কেতিয়াব-কেতিয়াবা খেয়ালি ৰূপত ধেমেলিয়া জুবিন গাৰ্গ। কিন্তু তাৰ মাজতো কেতিয়াবা-কেতিয়াবা অনাকাক্ষিত ঘটনাও নঘটা