Assamese Adroit Designer Sanjukta Dutta who is known for designing beautiful Mekhela Chador and reviving the Silk of Assam, showcased her new collection “ChikiMiki” collection at the FDCI X Lakme Fashion Week held in Mumbai at JIO Gardens on October 10 (Sunday). Actor – Director Divya Khosla Kumar looked elegant
দিল্লীত শ্বহীদ হ’ল গোসাঁইগাঁৱৰ ভাৰতীয় সেনাৰ জোৱান স্বপন বৰ্মন। কালি নিশা শ্বহীদগৰাকীৰ নিথৰ দেহ স্বগৃহলৈ অনাৰ পিছতে শোকাকুল হৈ পৰে পৰিৱেশ। দুৰ্গোৎসৱৰ সময়তে ঘৰলৈ অহাৰ বাবে ৰে’লৰ টিকট বুকিং কৰি থৈছিল শ্বহীদ স্বপন বৰ্মনে। কিন্তু নিষ্ঠুৰ নিয়তিয়ে তেওঁক সময় নিদিলে। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ মিলন বজাৰ ভিচিডিচিৰ অন্তৰ্গত মোৱামাৰী
ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণকাণ্ড ৷ ১৩ দিনৰ পিচত পোহৰলৈ আহিছে আন এক জঘন্য ধৰ্ষণকাণ্ড ৷ ঘটনাৰ স্থান দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত দীঘলবিলত । ঘটনাটো বকো আৰক্ষী থানাৰ অন্তৰ্গত যদিও এই জঘন্য ধৰ্ষণকাণ্ডটো পোহৰলৈ আনে ছয়গাঁও আৰক্ষীয়ে । ধৰ্ষণ কাণ্ডত জড়িত লোকজনকো আটক কৰিছে ছয়গাঁও আৰক্ষীয়ে ৷ এই জঘন্য
চৰকাৰৰ নিৰ্দেশত কিছু দিন পূৰ্বে আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই কেইবা শতাধিক মাটি দালাল, দুৰ্নীতিগ্ৰস্ত মণ্ডলক আটক কৰাৰ পিছতো গা লৰা নাই একাংশ লাট মণ্ডলৰ ৷ কোকৰাঝাৰত উৎকোচ ল’বলৈ গৈ সোমবাৰে এজন লাট মণ্ডল হাতে লোটে আটক হয় আৰক্ষীৰ দ্বাৰা । কোকৰাঝাৰৰ চহৰস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত
দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত যান-বাহন চলাচলৰ নিয়মৰ কিছু সাল-সলনি কৰা হৈছে ৷ ১২ ৰ পৰা ১৭ অক্টোবৰলৈ পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ গুৱাহাটী মেট্ৰ’ পলিটান মহানগৰ অধীনস্থ ৩৭ নং আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথেদি ছটা চকা যুক্ত বা তাতোধিক চকা যুক্ত যিকোনো ধৰণৰ বাণিজ্যিক সামগ্ৰী