অনাকাংক্ষিতভাৱে গভীৰ সংকটৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগ৷ ইয়াৰ মূলতে ৰাজ্যৰ অর্থনীতিলৈ প্রভূত অৰিহণা আগবঢ়াই অহা উদ্যোগটোৰ ওপৰত বিভিন্ন দিশৰ পৰা নেতিবাচক প্রভাৱ পৰিছে৷ অতি শেহতীয়াকৈ উৎপাদন ব্যয়ৰ তুলনাত চাহৰ
শিৱসাগৰৰ হাঁহচৰা লংকাক গোঁহাই গাঁৱৰ এলিভা বুঢ়াগোঁহাই নামৰ এগৰাকী যুৱতীয়ে চাৰিটাকৈ আহোম যুগৰ অসমৰ প্ৰাচীন কীতিচিহ্ন এটা শিলতে অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়।হাঁহচৰা
যি সময়ত এটুপি খোৱাপানীৰ বাবে মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে, সেই সময়তে জি এম চি তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হেমাহিৰ বাবে শ শ লিটাৰ পানী অপচয় হৈছে৷ দীর্ঘদিন ধৰি মেৰামতিৰ অভাৱত
অসম চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) কার্যালয়ে ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে চলি থকা সান্ধ্য আইন, লকডাউন আৰু ৰোগৰ ভয়াৱহতা সত্ত্বেও চলিত
সদৌ অসম বেচৰকাৰী নৈশ বাছ চালক সকলে গুৱাহাটীৰ ISBTত এখন সবল কমিটি গঠন কৰে। সদৌ অসম বেচৰকাৰী দিবা নৈশ বাছ চালক সন্থা নামেৰে বাছ চালক সকলে এটা সংগঠনৰ জন্ম দিয়ে।