A restaurant employee was raped and stripped of all her clothes in Assam”s Jorhat district allegedly by two men who have been arrested, police said on Tuesday. The crime took place at Tarajan area on AT Road in the heart of Jorhat town at around 9 pm Monday. “When the
গুৱাহাটীঃ ক’ৰোনাসৃষ্ট পৰিস্থিতিত ৰাজ্যজুৰি বলৱৎ হৈ আছে আংশিক লকডাউন৷ দুপৰীয়া ১ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন৷ কিন্তু অনলাইন ডেলিভাৰী সেৱাসমূহক সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে৷ ইয়াৰে সুযোগ লৈ একাংশ অসাধু ব্যক্তিয়ে চলাই গৈছে মাৰাত্মক ড্রাগ্ছৰ হোম ডেলিভাৰী সেৱা৷ জমেট’, ছুইগী আদিৰ লগত জড়িত ডেলিভাৰী বয়ে নিচাসক্তক ঘৰতে
গুৱাহাটীঃ মাতৃৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যাৰ বলি হ’ল ৪ বছৰীয়া এটি নিষ্পাপ শিশু। শিৱসাগৰ জিলাৰ নামতিৰ ২ নং শলগুৰিৰ ত্ৰিদিশা নাথ নামৰ চাৰি বছৰীয়া কন্যা শিশুটিৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ। স্বামীয়ে অত্যাচাৰ কৰা বাবে নহয়, মাতৃ জোনালী নাথৰ অবৈধ প্ৰেম তথা পৰকীয়া প্ৰেমৰ বাবেই হত্যাৰ বলি হ’ল নিষ্পাপ শিশুটি। শনিবাৰৰ
হোজাই জিলাৰ লংকা ৰাজহ চক্রৰ অন্তর্গত কাকী তিনি হাজাৰ বিঘা তাৰালাংচুৰ কাকিনী ফার্মৰ ৰবৰ বাগানত আজি সন্দেহজনক অবৈধ দখলকাৰীৰ বিৰুদ্ধে হোজাই জিলা প্রশাসনে উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰে ৰবৰ বাগানখনৰ নামত আবণ্টিত ভূমি৷লংকা ৰাজহ চক্রৰ চক্র বিষয়া ৰাকেশ ডেকাৰ নেতৃত্বত যোৱা আৰক্ষী–প্রশাসনৰ এক বিশাল বাহিনীৰ উপস্থিতিত অঞ্চলটোত পুৱা ৯বজাৰ পৰা
ক’ভিডসৃষ্ট পৰিস্থিতিত নিম্ন প্রাথমিক বিদ্যালয়ৰ শিশুসকলক কেনেদৰে শিক্ষা প্রদান কৰিব পৰা যাব, তাৰ এক পৰিকল্পনা যুগুত কৰি শিক্ষামন্ত্রীলৈ প্রেৰণ কৰিছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে৷ সন্মিলনীৰ ভাৰপ্রপ্ত সভাপতি আনোৱাৰ হুছেইন আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে এক বিজ্ঞপ্তিত কয় যে প্রাথমিক বিদ্যালয়ৰ ক’ৰোনাকালৰ শিক্ষা যদিহ উচ্চ পর্যায়ৰ বিদ্যালয়ৰ দৰে একে