এটা ভোটগ্রহণ কেন্দ্র, য’ত কালি এটাও নপৰিল ভোট

এটা ভোটগ্রহণ কেন্দ্র, য’ত কালি এটাও নপৰিল ভোট

গুৱাহাটীঃ সৰুপথাৰ বিধানসভা সমষ্টিৰ অতি স্পর্শকাতৰ ৩০১নং ভোটগ্রহণ কেন্দ্র ইহখু মেম’ৰিয়েল স্কুলত এইবাৰ অসম বিধানসভা নির্বাচনত এটাও ভোট নপৰিল৷ অসম–নাগালেণ্ড সীমান্তৰ ডিফু সংৰক্ষিত বনাঞ্চলৰ ‘এ’ ছেক্টৰৰ লুক্ট মণিপুৰী বস্তি নামৰ গাঁওখনত অৱস্থিত অসমৰ অন্তিম ভোটগ্রহণ কেন্দ্রটো৷ নগা অধ্যুষিত গাঁওখনত মুঠ ভোটাৰৰ সংখ্যা ২৫গৰাকী৷ ইয়াৰে ১৪গৰাকী পুৰুষ আৰু ১১গৰাকী মহিলা ভোটাৰ আছে৷

ক’ভিড প্রট’কলৰ মাজেৰে ১১,৫৩৭টা কেন্দ্রত ভোট গ্রহণ, ষ্ট্রং ৰুমত ইভিএম

ক’ভিড প্রট’কলৰ মাজেৰে ১১,৫৩৭টা কেন্দ্রত ভোট গ্রহণ, ষ্ট্রং ৰুমত ইভিএম

দুই–এটা বিক্ষিপ্ত ঘটনা আৰু ঠায়ে ঠায়ে ই ভি এমৰ বিজুতিক বাদ দি ৰাজ্যৰ ৪৭ বিধানসভা সমষ্টিত সামগ্রিকভাৱে শান্তিপূর্ণকৈ সম্পন্ন হ’ল প্রথম পর্যায়ৰ নির্বাচন৷ প্রতিটো সমষ্টিতে গণতন্ত্রৰ উৎসৱত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে কালিৰ দিনটোত ভোটাৰ ৰাইজৰ ব্যাপক উৎসাহ–উদ্দীপনা পৰিলক্ষিত হয়৷ অসমত বিকাশ–উন্নয়ন–স্থায়ী শান্তিৰ প্রত্যাশাৰে ভোটগ্রহণৰ নির্দিষ্ট সময় পুৱা ৭ বজাৰ

Assam Assembly Election: Angoorlata Deka casts her vote in Batadroba

Assam Assembly Election: Angoorlata Deka casts her vote in Batadroba

GUWAHATI: Batadrava sitting MLA and Bharatiya Janata Party(BJP) candidate Angoorlata Deka cast her vote in the first phase of the Assam Assembly elections on Saturday. Deka cast her vote at a polling center in Batadroba. “মই মোৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি ভোটদান কৰিলোঁ৷ আপোনালোকেও আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি ভোটদান