গুৱাহাটীৰ ৪ সমষ্টিৰ তথ্যসম্বলিত ৱেব প’র্টেল মুকলি

গুৱাহাটীৰ ৪ সমষ্টিৰ তথ্যসম্বলিত ৱেব প’র্টেল মুকলি

কামৰূপ মহানগৰ জিলাৰ ভোটাৰসকলে নির্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰা সম্পর্কত স’ততে মুখামুখি হোৱা প্রশ্ণসমূহৰ সমাধানৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাত শুভাৰম্ভ কৰা হৈছে এক ৱেব প’র্টেলৰ৷deokamrupmetro.in নামৰ ৱেব প’র্টেলটোৰ বুধবাৰে শুভাৰম্ভ কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ এই ৱেব প’র্টেলত উপলব্ধ কৰা হৈছে জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী– চাৰিওটা সমষ্টিৰে ভোটকেন্দ্র,

বিশ্বৰ বুকুত জ্বিলিকিব বটদ্ৰৱা:অমিত শ্বাহে শুভাৰম্ভ কৰিব বিশ্ব মানৰ সাংস্কৃতিক প্ৰকল্প

বিশ্বৰ বুকুত জ্বিলিকিব বটদ্ৰৱা:অমিত শ্বাহে শুভাৰম্ভ কৰিব বিশ্ব মানৰ সাংস্কৃতিক প্ৰকল্প

:বিশ্বৰ বুকুত জ্বিলিকি উঠিব গুৰু জনাৰ জন্মস্থান।বটদ্ৰৱাত হ’ব বিশ্ব মানৰ সাংস্কৃতিক প্ৰকল্প।১৮৮ কোটি টকাৰে নিৰ্মাণ হ’ব সাংস্কৃতিক প্ৰকল্পটো।বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৰিব কামৰ শুভাৰম্ভ। গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক কেন্দ্ৰ কৰি উখল মাখল বটদ্ৰৱা।গৃহমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰিব গুৰুজনাৰ জন্মস্থান।হমন্ত্ৰীয়ে বটদ্ৰৱা থানলৈ আহি বটদ্ৰৱা থানত সেৱা জনাব।অমিত শ্বাহৰ সৈতে উপস্থিত