শতকৰ দিশে! বাঢ়িয়ে আছে পেট্ৰ’ল–ডিজেলৰ মূল্য, জানক অসমত কেতিয়া লিটাৰত ৫টকা পৰ্যন্ত কমিব পাৰে পেট্ৰ’ল–ডিজেলৰ মূল্য

শতকৰ দিশে! বাঢ়িয়ে আছে পেট্ৰ’ল–ডিজেলৰ মূল্য, জানক অসমত কেতিয়া লিটাৰত ৫টকা পৰ্যন্ত কমিব পাৰে পেট্ৰ’ল–ডিজেলৰ মূল্য

নতুন দিল্লীঃ চৰকাৰী তৈল কোম্পানীসমূহে পেট্ৰ’ল–ডিজেলৰ (Petrol Diesel) মূল্য আজি আকৌ বঢ়াইছে। পেট্ৰ’ল–ডিজেলৰ মূল্য একেৰাহে বাঢ়ি যোৱাৰ কাৰণে উপভোক্তাৰ সমস্যা আৰু অধিক হৈ পৰিছে। বিশেষকৈ ডিজেলৰ দাম একেৰাহে বঢ়াৰ কাৰণে ইয়াৰ পোণপটীয়া প্ৰভাৱ সাধাৰণ মানুহৰ পাকঘৰত পৰিবলৈ গৈ আছে। উল্লেখ্য যে, ডিজেলৰ মূল্য কেইবাখনো ৰাজ্যত আকাশলংঘী স্তৰত পোৱাৰ কাৰণে ৫মাহত

দেশত ১০লাখৰো অধিক লোকক প্ৰদান কৰা হ’ল কোৰোনাৰ ভেকচিন

দেশত ১০লাখৰো অধিক লোকক প্ৰদান কৰা হ’ল কোৰোনাৰ ভেকচিন

বিগত ২৪ঘন্টাত দেশত ১৪, ৫৪৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ। ইফালে এইসময়চোৱাত ১৮,০০২ গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে ২৭৯গৰাকী ৰোগীৰ মৃত্যু হৈছে। সমগ্ৰ দেশত বৰ্তমানলৈ ১,০৬, ২৫, ৪২৮গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে। এতিয়ালৈকে ১লাখ ৫৩ হাজাৰ ৩২গৰাকী লোকৰ মৃত্যু হৈছে। দেশত এতিয়ালৈকে ভেকচিন প্ৰদান কৰা লোকৰ সংখ্যা হৈছেগৈ