GUWAHATI: A 200-metre long secret tunnel found connecting India and Bangladesh in Karimganj district of Assam. The discovery was made during a hostage rescue operation. A man, Dilwar Hossain informed police first about it. Dilwar was abducted by criminals and taken to Bangladesh through that tunnel. The tunnel was kept
The Subject Expert Committee (SEC) of Central Drugs Standard Control Organisation (CDSCO) has reportedly given its approval to Bharat Biotech’s Covaxin coronavirus vaccine for emergency use. This makes it the second vaccine after Serum-AstraZeneca’s Covishield to get marketing approval from the expert panel. The SEC has recommended Covaxin for emergency
২০২১ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। নিৰ্বাচনৰ বাবে এতিয়া পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলাইছে ্অসম প্ৰদেশ কংগ্ৰেছে। তাৰ মাজতে নতুন বছৰৰ প্ৰথম দিনটোত সংবাদমেল সম্বোধন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ২০২১ত কংগ্ৰেছ দল ক্ষমতালৈ আহিলে প্ৰথমেই ৰাজ্যৰ পাঁচটা প্ৰধান সমস্যা সমাধানৰ বাবে আগবাঢ়িব কংগ্ৰেছ দল। ইতিমধ্যে
অৱশেষত চূড়ান্ত হ’ল তাৰিখ। অহা ১১ মে’ৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। সেইদৰে ১২ মে’ৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ৭ জুলাই আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিব ৩০ জুলাইত। টুইটাৰযোগে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সমগ্ৰ দেশতে প্ৰতিষেধক প্রদানৰ পৰীক্ষামূলক কুচকাৱাজ আৰম্ভ হোৱাৰ মাজতে শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ হৰ্ষবৰ্ধনে ভেকচিন সমগ্ৰ দেশতে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল। দিল্লীৰ এখন চিকিৎসালয়ত ‘Covid-19’ ভেকচিনৰ ড্ৰাই ৰান পৰিদৰ্শন কৰি সাংবাদিকৰ প্রশ্নৰ উত্তৰত তেওঁ এই কথা সদৰী কৰিছিল। কিন্তু ঘোষণাৰ কিছু সময়ৰ পাছতে তেওঁ টুইটাৰ যোগে এই