হৃদৰোগত আক্ৰান্ত সৌৰভ গাংগুলী, সংকটজনক অৱস্থাত চিকিত্‍সালয়ত ভৰ্তি

হৃদৰোগত আক্ৰান্ত সৌৰভ গাংগুলী, সংকটজনক অৱস্থাত চিকিত্‍সালয়ত ভৰ্তি

অসুস্থ সৌৰভ গাংগুলী। ভৰ্তি কৰোৱা হ’ল পশ্চিমবংগৰ উডছলেণ্ড হাস্পতালত। খবৰ অনুসৰি, ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ সভাপতি সৌৰভ গাংগুলীক জৰুৰী বিভাগত ভৰ্তি কৰোৱা হৈছে। জনা গৈছে যে, শনিবাৰে পুৱা হঠাত্‍ নিজৰ ঘৰতে কিছু অসুস্থ অনুভৱ কৰিছিল গাংগুলীয়ে। জিম কৰি থকাৰ সময়ত হঠাত্‍ পৰি যায় প্ৰাক্তন ক্ৰিকেটাৰজন। লগে লগে চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হয়

আশাৰ ৰেঙণি! কামৰূপ মহানগৰ জিলাৰ ৭৫ গৰাকী ৰোগীক প্ৰদান কৰা হ’ল কোৰোণাৰ ভেকচিন

আশাৰ ৰেঙণি! কামৰূপ মহানগৰ জিলাৰ ৭৫ গৰাকী ৰোগীক প্ৰদান কৰা হ’ল কোৰোণাৰ ভেকচিন

নতুন বছৰত ভাল খবৰ ৷ আৰম্ভ হৈছে কোভিড ভেকচিন প্ৰদান ৷ কামৰূপ মহানগৰ জিলাত কোৰোণা ভেকচিন প্ৰদানৰ বাবে প্ৰাৰম্ভিক অৱস্থাত তিনিটা কেন্দ্ৰ বাচনি কৰা হৈছে ৷ সেইকেইটা হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, সোনাপুৰ স্বাস্থ্য কেন্দ্ৰ আৰু খানাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ এই তিনিওটা স্বাস্থ্য কেন্দ্ৰত শনিবাৰৰ পৰা কোৰোণাৰ ভেকচিন পৰীক্ষামূলক ভাবে

অসমতো কোভিড ভেকচিনৰ Dry Run

অসমতো কোভিড ভেকচিনৰ Dry Run

আজিৰে পৰা দেশৰ সকলো ৰাজ্যত আৰম্ভ হৈছে কোভিড ভেকচিনৰ ড্ৰাই ৰাণ। এই প্ৰক্ৰিয়াৰ জৰিয়তে দেশত কোভিড ভেকচিনৰ বাবে কিমান প্ৰস্তুত সেই কথা গম পোৱা যাব। দেশৰ সকলো ৰাজ্যৰ লগতে অসমতো আৰম্ভ হৈছে এই ড্ৰাই ৰাণ। গুৱাহাটী চিকিতসা মহাবিদ্যালয় হস্পাতালত আৰম্ভ হৈছে এই ড্ৰাই ৰাণ। এই ড্ৰাই ৰাণ গৈছে কোভিড ভেকচিন