নৱবর্ষ: নিশা ১০ বজাৰ পাছত নিষিদ্ধ মিউজিক

নৱবর্ষ: নিশা ১০ বজাৰ পাছত নিষিদ্ধ মিউজিক

ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে মহানগৰবাসীয়েও ইংৰাজী নৱবর্ষক আদৰিবলৈ সাজু৷ নৱবর্ষক আদৰাৰ নামত যাতে আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্রশাসন আৰু আৰক্ষী–প্রশাসনে কঠোৰ নির্দেশনা জাৰি কৰিছে৷ মহানগৰীৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই সদৰী কৰা অনুসৰি ৩১ ডিচেম্বৰৰ নিশা ১২ বজাৰ পূর্বে অনুজ্ঞাপত্র থকা বাৰ–ৰেষ্টুৰেণ্টসমূহ্ বন্ধ কৰিব লাগিব৷ তদুপৰি নৱবর্ষক

ছমাহত প্রস্তুত হ’ব মেট্র’ ৰে’ল প্রকল্পৰ ডিপিআৰ

ছমাহত প্রস্তুত হ’ব মেট্র’ ৰে’ল প্রকল্পৰ ডিপিআৰ

গুৱাহাটী মহানগৰীত স্মার্ট চিটী প্রকল্পৰ অধীনত গ্রহণ কৰা আঁচনিৰ ভিতৰত ইতিমধ্যে চাৰিখন আঁচনিৰ কাম সম্পূর্ণ হৈছিল আৰু বাকী ছখন আঁচনিৰ কাম এতিয়াও সম্পূর্ণ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰে৷ আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনত বিধায়ক আমিনুল ইছলামৰ প্রশ্ণোত্তৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই সদনৰ মজিয়াত দাঙি ধৰা তথ্য অনুসৰি স্মার্ট