অসমৰ ২ লাখ চাহ শৰামিকক দিব ভূমি পট্টা

অসমৰ ২ লাখ চাহ শৰামিকক দিব ভূমি পট্টা

অসম চৰকাৰৰ পৰিবহন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে ঘোষণা কৰে যে অসম চৰকাৰে ২লাখ অসমৰ চাহ খেতিয়কক ভূমি পট্টা প্ৰদান কৰিব । সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অসম চৰকাৰৰ মন্ত্ৰীজনে ঘোষণা কৰে যে অহা ৫অক্টোবৰত অসম চৰকাৰে প্ৰায় ৬০,০০০ খিলঞ্জীয়া নাগৰিকক ভূমি পট্টা প্ৰদান কৰিব । ইয়াৰ আগতে প্ৰায় ৪৫,০০০

BREAKING: দৰং জিলাত ১৪৪ ধাৰা জাৰি

BREAKING: দৰং জিলাত ১৪৪ ধাৰা জাৰি

সমগ্ৰ দৰং জিলাখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশে তৎকালীনভাৱে বলবৎ হোৱাকৈ সমগ্ৰ জিলাতে ১৪৪ ধাৰা জাৰি কৰিছে । এই অনুসৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো শোভাযাত্ৰা, ধৰ্ণা অনুষ্ঠিত কৰা বা পথ অৱৰোধ কৰা বা উপায়ুক্তৰ কাৰ্যালয়ত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ বা কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত অনাৱশ্যকীয় সমাগম