তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত উপস্থিত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুস হাজৰিকা

তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত উপস্থিত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুস হাজৰিকা

জামুগুৰিহাট: চন্দন শৰ্মাৰ: শোণিতপুৰ জিলা প্ৰশাসন আৰু ৰাজ্যচৰকাৰৰ সংশ্লিষ্ট বিভাগ সমুহৰ মাজত সমন্বয় নোহোৱাৰ বাবে তেজপুৰত কোৱাৰেন্টাইন কেন্দ্ৰ সমুহত এটাৰ পিছত আনটো অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত উপস্থিত হৈ এই মন্তব্য কৰিলে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুস হাজৰিকাই ৷ আজি তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হৈয়েই খং উঠিল

চাইকেলেৰে হাইড্ৰবাদৰ পৰা শোণিতপুৰত উপস্থিত দুজন লোক

চাইকেলেৰে হাইড্ৰবাদৰ পৰা শোণিতপুৰত উপস্থিত দুজন লোক

জামুগুৰিহাট: চন্দন শৰ্মা: আজি সন্ধিয়া প্ৰায় সাত বজাত জিমণ কাংগাৰি আৰু উত্তম ৰাভা নামৰ লোক দুজন চাইকেলেৰে সুদুৰ হাইড্ৰবাদৰ পৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱাত উপস্থিত হয় । অতি শিঘ্ৰেই সেই দুয়োজন ব্যক্তিক চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত চক্ৰ বিষয়াৰ জৰিয়তে ১০৮ এম্বুলেন্স যোগে টি এম চি লৈ প্ৰেৰণ কৰা