নঙলামুখ পালেহি হেপাহৰ ৰঙালী।ৰঙালীক আদৰবলৈ সাজু হৈছে সকলো।

নঙলামুখ পালেহি হেপাহৰ ৰঙালী।ৰঙালীক আদৰবলৈ সাজু হৈছে সকলো।

নিৰ্বাচনৰ গৰম বতাহৰ মাজতো ৰাইজে সাজু হৈছে ৰঙালিক আদৰিবলৈ।অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা।নগাঁৱৰ চামগুৰিটো ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে ঢোলবাদন আৰু বিহুনৃত্য ৰ কৰ্মশালা।হালোৱাগাও আঞ্চলিক যুব মঞ্চৰ উদ্যোগত হালোৱাগাও চাৰিআলিত আৰম্ভ হৈছে বিহুৰ কৰ্মশালা।কৰ্মশালা খনিত অংশগ্ৰহন কৰিছে 16 জন ঢোলবাদক আৰু প্ৰায় ত্ৰিশ গৰাকী নাচনীয়ে।অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুটিক

Gossaigaon AAMSU Anchalik committee formed,Unit-Members not fully Agreed upon selection of President & Secretary

Gossaigaon AAMSU Anchalik committee formed,Unit-Members not fully Agreed upon selection of President & Secretary

Gossaigaon,April 7-Gossaigaon AAMSU anchalik committee is formed today at Gossaigaon with the presence of 14 branch committee.Meeting was organised for reformation of new Gossaingaon anchalik committee where most of the organisation’s members did not support the elected president and secretary but the Kokrajhar district committee appointed the new members without

প্ৰতিকুল বতৰৰ বাবে আজি স্থগিত ৰাখিব লগীয়া হল মুখ্যমন্ত্ৰীৰ নিৰ্ব্বাচনী সভা ৷

প্ৰতিকুল বতৰৰ বাবে আজি স্থগিত ৰাখিব লগীয়া হল মুখ্যমন্ত্ৰীৰ নিৰ্ব্বাচনী সভা ৷

হেলিকপ্তাৰেৰে উপস্থিত হোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ জুৰীয়াত অনুষ্ঠিত হোৱাৰ কথা আছিল এই সভাখন ৷ অহা কালিলৈ পুনৰ সভাখন অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ Padum Bhuyan Report- Guwahati Times

এইবাৰ ৰঙালী বিহুৰ মঞ্চত সুৰৰ লহৰ তুলিবলৈ আৰু নাই ৰাজকুমাৰ ।

এইবাৰ ৰঙালী বিহুৰ মঞ্চত সুৰৰ লহৰ তুলিবলৈ আৰু নাই ৰাজকুমাৰ ।

এইবাৰ ৰঙালী বিহুৰ মঞ্চত সুৰৰ লহৰ তুলিবলৈ আৰু নাই ৰাজকুমাৰ । নগাঁৱৰ বিশিষ্ট বাদ্যযন্ত্ৰৰ শিল্পী ৰাজকুমাৰ মল্লৰ মৃত্যু । শনিবাৰে নগাঁৱৰ তেলীয়াগাঁৱত সংঘটিত এক দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল শিল্পীগৰাকী । অৱশেষত দেওবাৰে পুৱা চিকিৎসাধীন অৱস্থাতে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সুৰৰ সাধক গৰাকীয়ে । শিল্পী গৰাকীৰ মৃত্যুত