তামুলপুৰৰ বীৰ ছহিদ মনশ্বেৰ বসুমতাৰীৰ পৰিয়াললৈ নগাৱঁৰ এচ আৰ কে জুনিয়ৰ কলেজৰ পঞ্চাশ হাজাৰ টকাৰ সাহায্য ।

তামুলপুৰৰ বীৰ ছহিদ মনশ্বেৰ বসুমতাৰীৰ পৰিয়াললৈ নগাৱঁৰ এচ আৰ কে জুনিয়ৰ কলেজৰ পঞ্চাশ হাজাৰ টকাৰ সাহায্য ।

কাশ্মীৰৰ পুলৱামাত পাকিস্তান সমথিত সন্ত্ৰাসবাদীৰ বৰ্বৰতাত প্ৰাণ হেৰুওৱা বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীৰ চি আৰ পি এফ জোৱান বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ নগাঁও চহৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান এছ আৰ কে জুনিয়ৰ কলেজে পঞ্চাশ হাজাৰ টকা দিয়ে। কলেজ খনৰ ৰেক্টৰ জাকিৰ হুছেইন ভূঞাই এক বিবৃতিত কয় যে ছহিদ জনৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা

নগাঁৱত জ্যেষ্ঠ সাংবাদিক , সমাজ সংগঠক ৰাজেন বৰকাকতিৰ ৮৮ সংখ্যক ওপজা দিন উদযাপন ।

নগাঁৱত জ্যেষ্ঠ সাংবাদিক , সমাজ সংগঠক ৰাজেন বৰকাকতিৰ ৮৮ সংখ্যক ওপজা দিন উদযাপন ।

নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক , সমাজ সংগঠক , বিশিষ্ট ক্ৰীড়াবিদ ৰাজেন বৰকাকতিৰ ৮৮ সংখ্যক ওপজা দিনটো নগাঁৱত উদযাপন কৰা হয় । শিল্পী সমাজ অসমৰ উদ্যোগত নগাঁৱৰ নেহৰু যুৱ কেন্দ্ৰত এই উপলক্ষে এখনি সভাও অনুষ্ঠিত হয় । শিল্পী সমাজৰ সভাপতি ৰাতুল নেওগৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই সভাখনতে বৰ্ষীয়ান সাংবাদিক তথা ক্ৰীড়া সাংবাদিক