পঞ্চায়ত নিৰ্বাচনী ঢৌ বলাৰ সমান্তৰাল ভাৱে বটদ্ৰৱা সমষ্টিতো ভাৰতীয় জনতা পাৰ্টীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে

পঞ্চায়ত নিৰ্বাচনী ঢৌ বলাৰ সমান্তৰাল ভাৱে বটদ্ৰৱা সমষ্টিতো ভাৰতীয় জনতা পাৰ্টীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে

পঞ্চায়ত নিৰ্বাচন সমাগত৷ সমগ্ৰ অসমত পঞ্চায়ত নিৰ্বাচনী ঢৌ বলাৰ সমান্তৰাল ভাৱে বটদ্ৰৱা সমষ্টিতো ভাৰতীয় জনতা পাৰ্টীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে। যোৱাটো বিধান সভা নিৰ্বাচনৰ পিছত বিগত ২ বছৰীয়া উন্নয়নৰ খতিয়ান লৈ আজি বটদ্ৰৱা সমষ্টিৰ বিধায়ীকা গৰাকীয়ে ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।আকৌ কয় যে আমাৰ একমাত্ৰ লক্ষ্য উন্নয়ন৷ সেই