Uncategorised

দেশৰ প্ৰধান সেৱক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মহানতাৰ মনোভাৱ চাওক সাধাৰণ জনতাৰ প্ৰতি

পশ্চিম বাংলাৰ এখন সভাত ভাষণ দি থাকোঁতে হঠাৎ ৰাইজৰ ফালে থকা পেন্দেল বাগৰি পৰিল। তাৰ পিছত দেশৰ প্ৰধান সেৱক প্ৰধানমন্ত্ৰীয়ে নিজৰ সুৰক্ষাৰ বাবে থকা এচ. পি. জি অাৰু ডাক্তৰক তেওঁলোকৰ সহায়ৰ বাবে যাবলৈ নিৰ্দেশ দিয়ে। পিছত তেখেতে নিজে চিকিৎসালয়লৈ গৈ আহত সকল ৰ খবৰ লয়। খবৰ লৈ থাকোঁতে এগৰাকী মহিলাই

Uncategorised

INDIAN LANGUAGE

দেশত ১৯,৫৬৯ টা ভাষা অৰ্থাৎ দেৱান মাতৃভাষা হিচাপে কোৱা হয়। এই তথ্য প্ৰকাশ লোকপিয়লৰ শেহতীয়া প্ৰতিবেদনত। মহাপঞ্জীয়ক অাৰু লোকপিয়ল আয়ুক্তই সদৰি কৰা মতে, ভাৰতৰ ১২১ টা ভাষা দহহেজাৰ বা ততোধিক বাসিন্দাই কয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি সংবিধানৰ অষ্টম অনুসূচিত ২২ টা ভাষা দেশৰ মুঠ জনসংখ্যাৰ ৯৬. ৭১% লোকেহে কয়।