চৰকাৰীভাৱে আধাৰ কার্ড বিতৰণৰ প্রক্রিয়া আৰম্ভ হ’ব।.

চৰকাৰীভাৱে আধাৰ কার্ড বিতৰণৰ প্রক্রিয়া আৰম্ভ হ’ব।.

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ অহা অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ সকলো জিলাতে চৰকাৰীভাৱে আধাৰ কার্ড বিতৰণৰ প্রক্রিয়া আৰম্ভ হ’ব। ইতিমধ্যে অসমত আৰম্ভ হৈছে চৰকাৰীভাৱে আধাৰ কার্ড বিতৰণৰ প্রক্রিয়া। ৰাজ্যৰ ৩৩খন জিলাত মুঠ ১২৪১টা কেন্দ্ৰৰ জৰিয়তে জনসাধাৰণৰ মাজত আধাৰ কার্ড বিতৰণ কৰা হ’ব। ১২টা সংখ্যাযুক্ত আধাৰ নম্বৰ বা কার্ড নাগৰিকত্বৰ প্রমাণ

ভাৰত চৰকাৰৰ স্বাস্থ্য বীমা আঁচনি “আয়ুস্মান ভাৰত”ৰ দেওবাৰে অৰ্থাৎ আজি মুকলি হ’ব ৰাঁচীত।

ভাৰত চৰকাৰৰ স্বাস্থ্য বীমা আঁচনি “আয়ুস্মান ভাৰত”ৰ দেওবাৰে অৰ্থাৎ আজি মুকলি হ’ব ৰাঁচীত।

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ ভাৰত চৰকাৰৰ স্বাস্থ্য বীমা আঁচনি “আয়ুস্মান ভাৰত”ৰ দেওবাৰে অৰ্থাৎ আজি মুকলি হ’ব ৰাঁচীত। বিশ্বৰ সৰ্ববৃহৎ চৰকাৰী স্বাস্থ্য বীমা আঁচনিখন শুভাৰম্ভ কৰিৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই। আয়ুস্মান ভাৰত হৈছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চৰকাৰী খণ্ডৰ স্বাস্থ্য সেৱাৰ আঁচনি যাৰ দ্বাৰা প্ৰায় ৫০ কোটি জনসাধাৰণক সাঙুৰি লোৱা হ’ব

হঠাৎ মাজনিশা জালুকবাৰী – ভৰলুমুখ পথত ড০ হিমন্ত বিশ্ব শৰ্মা

হঠাৎ মাজনিশা জালুকবাৰী – ভৰলুমুখ পথত ড০ হিমন্ত বিশ্ব শৰ্মা

বিগ ব্ৰেকিং নিউজ হঠাৎ মাজনিশা জালুকবাৰী – ভৰলুমুখ পথত দেখা গল ড০ হিমন্ত বিশ্ব শৰ্মাক। মাজনিশা আহি জালুকবাৰী – ভৰলুমুখ পথ মেৰামতিৰ বুজ ললে গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইহলীলা সম্বৰণ কৰে চলচ্চিত্ৰ নিৰ্মাতা ‘কল্পনা লাজমী’য়ে।

ইহলীলা সম্বৰণ কৰে চলচ্চিত্ৰ নিৰ্মাতা ‘কল্পনা লাজমী’য়ে।

  বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ দেওবাৰে পুৱা 4.30 বজাত মুম্বাইৰ ককিলাবেন হাস্পতালত,ইহলীলা সম্বৰণ কৰে চলচ্চিত্ৰ নিৰ্মাতা ‘কল্পনা লাজমী’য়ে।

নৈত সন্ধানহীন মহিলা

নৈত সন্ধানহীন মহিলা

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ দিখৌ নৈৰ দলঙৰ পৰা এগৰাকী মহিলাই জাঁপ দিয়াৰ পিছতে উত্তেজনা ৰ সৃষ্টি হয় নাজিৰাৰ ONGCৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত। নৈত সন্ধানহীন মহিলাগৰাকীৰ ঘৰ নাজিৰাৰ ধঁপাতপট্টিত।