Advertisement
ধিঙত পিষ্টলসহ এজনক অাটক ।

ধিঙত পিষ্টলসহ এজনক অাটক ।

ধিঙত পিষ্টলসহ এজনক অাটক । নগাওঁ জিলা উপ অাৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত ধিং অাৰক্ষীয়ে অভিযান চলায় বুধবাৰে ধিঙৰ ৰৌমাৰীৰ পৰা ইজাজুল হক নামৰ এটা দুধৰ্ষ অপৰাধীক অাটক কৰে ।

Follow Us on Instagram

Watch Our Latest YouTube Videos

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us