With the buzz with ” All first women drivers racing team to debut at 2018 JK tyre FMSCI National racing championship” , it is indeed a great opportunity for all
https://m.facebook.com/story.php?story_fbid=2238851596155604&id=485277578179690
মহাৰাষ্ট্ৰৰ খাৰেগাওঁৰ ৰাজপথত দাও দাওকৈ জ্বলি উঠিল এখন চিমেন্ট মিক্সাৰ ট্ৰাক। ঘটনাস্থলীত ততাতৈয়াকৈ দুখনকৈ অগ্নি-নিৰ্বাপকবাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে। কোনোলোক হতাহতৰ তথ্য পোহৰলৈ অহা নাই।
বিগ ব্ৰেকিং নিউজ ৰাজনৈতিক মতাদৰ্শৰ বাবে অাজি সংসদত এক নতুন ৰূপত দেখা গল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক্। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষভাৱে সম্ভাষণ কংগ্ৰেছ যুবৰাজৰ