মেডেল পাই নহয়, ঘোচ লৈ হাত দাঙিয়েই আছে। গুৱাহাটীত আকৌ হাত দাঙিলে ঘোচখোৰ কৰ্মচাৰীয়ে। এইবাৰ ছেবাৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীনবন্ধু কলিতাক হাতে-লোটে গ্ৰেপ্তাৰ। সহায়ক চৈয়দ আৰিছুদ্দিন আহমেদৰ সহযোগত ঘোচ লৈছিল কলিতাই
দিন হাজিৰা কৰি BA, MA সকলো পঢ়োৱালে স্বামীয়ে পত্নীক, চৰকাৰী চাকৰি লাভ কৰি পত্নীয়ে এৰিলে স্বামীক ,পাহৰি গ’ল স্বামীৰ কষ্টৰ কথা !
ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত পটাগুটীয়া চাপৰিৰ এজন ব্যক্তি যোৱা ৫দিনে নিৰুদ্দেশ হৈ থকাৰ ঘটনা পোহৰলৈ আহিছে। সন্ধানহীন ব্যক্তিজনৰ নাম সোমেশ্বৰ বৰা (৫৫) বুলি জানিব পৰা গৈছে। যোৱা ৩০ ছেপ্টেম্বৰৰ পৰা নিজ গৃহৰ পৰাই নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালটোৰ মাজত উদ্বিগ্ন কৰি তুলিছে। নিৰুদ্দেশৰ পিছত ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে সম্ভাৱ্য সকলো স্থানতে
আঢ়ৈ বছৰীয়া পুত্ৰক কোলাত লৈ হাহাকাৰ পত্নীৰ পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক। কাম কৰিবলৈ বহিঃৰাজ্যলৈ গৈ থকা অৱস্থাত সন্ধানহীন টিংখাঙৰ বামুণবাৰী আৰক্ষী চকী এলেকাধীন ১নং জামুগুৰি গাঁৱৰ ৰুবুল ওৰাং । যোৱা ২৩ ছেপ্টেম্বৰত কেৰালালৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন। তিনিটা দিন ফোনযোগে কথা পাতিছিল পৰিয়ালৰ সৈতে । অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ
পুৰুষতকৈ মহিলাৰ থাইৰয়ডৰ সমস্যা অধিক হোৱা দেখা যায়। কিন্তু কিয়? এই সন্দৰ্ভত আমি দিল্লীৰ চি কে বিৰলা হস্পিতালৰ জ্যেষ্ঠ বিশেষজ্ঞ ডাঃ ৰাজীৱ গুপ্তাই থাইৰয়ডৰ কিছুমান সাধাৰণ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে জানো আহক। মহিলাসকলৰ থাইৰয়ড আশংকা অধিক কিয়? পুৰুষতকৈ মহিলাৰ থাইৰয়ডৰ সমস্যা বেছি। কিন্তু ইয়াৰ বহু কাৰণ দেখা যায়,