ৰঙিয়াত আৰক্ষীৰ কানি বিৰোধী অভিযান ।

ৰঙিয়াত আৰক্ষীৰ কানি বিৰোধী অভিযান ।

অভিযানত জব্দ 3 কেজি 510 গ্ৰাম কানি

কানি সহ আটক সৰবৰাহকাৰী জীয়াউল হক

ধৃত জীয়াউল হকৰ ঘৰ ৰঙিয়াৰ ১নং ৱাৰ্ডত

জীয়াউল হক নামৰ এজন লোকৰ পৰা বিক্ৰী কৰিব অহা সময়ত হাতে লুটে আটক কৰে ৰঙিয়া আৰক্ষীয়ে

ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলিছিল অভিযান

ৰঙিয়া চোচাইটি চকত উদ্ধাৰ কৰা হয় কানি

ৰঙিয়াৰ পৰা ৰিজাউল হাচান

GTM Desk

Related