Advertisement

ৰঙিয়াত আৰক্ষীৰ কানি বিৰোধী অভিযান ।

ৰঙিয়াত আৰক্ষীৰ কানি বিৰোধী অভিযান ।

অভিযানত জব্দ 3 কেজি 510 গ্ৰাম কানি ।

কানি সহ আটক সৰবৰাহকাৰী জীয়াউল হক ।

ধৃত জীয়াউল হকৰ ঘৰ ৰঙিয়াৰ ১নং ৱাৰ্ডত ।

জীয়াউল হক নামৰ এজন লোকৰ পৰা বিক্ৰী কৰিব অহা সময়ত হাতে লুটে আটক কৰে ৰঙিয়া আৰক্ষীয়ে ।

ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলিছিল অভিযান ।

ৰঙিয়া চোচাইটি চকত উদ্ধাৰ কৰা হয় কানি ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান

Shahnawaz Hamza

Related