16.6 C
Assam
Thursday, December 8, 2022

Featured News

Guwahati’s first CNG filling station to come up in Betkuchi

The Construction of Guwahati's first Compressed Natural...

Guwahati: Eviction drive at Hengrabari Reserve Forest

A team of Forest departments officials, including...

Truck laden with illegal wood seized at Juria -নগাঁও জিলাৰ জুৰীয়াত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ |

Top NewsTruck laden with illegal wood seized at Juria -নগাঁও জিলাৰ জুৰীয়াত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ |

চামগুৰিৰ পৰা AS 02 BC 5750 নম্বৰৰ মিনি ট্ৰাক খনত কঢ়িয়াই আনিছিল কাঠ খিনি। জুৰীয়া আৰক্ষীয়ে খাটোৱালত তালাচী চলায় জব্দ কৰে কাঠ ভৰ্তি ট্ৰাক খন । জব্দ কৰা কাঠ খিনিৰ মূল্য লক্ষাধিক টকাৰ হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ জুৰীয়াৰ বিভিন্ন অবৈধ কাঠ ফলা মিললৈ দৈনিক এনেদৰে চোৰাং কাঠ অনা হয় যদিও বন বিভাগ ৰহস্য জনক ভাবে মৌন। জুৰীয়াৰ পৰা পদুম ভূঞা ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: