30.5 C
Assam
Saturday, May 21, 2022

Featured News

হাতীগাঁৱত ভুৱা কল চেণ্টাৰ উৎখাত – ১৫ জনক আটক

বুধবাৰে নিশা হাতীগাঁও অঞ্চলত এটা ভুৱা আন্তঃৰাষ্ট্ৰীয়...

Arunachal Pradesh: Landslides in Itanagar

Incessant rainfall has wreaked havoc in Arunachal...

Video || হঠাৎ সক্ৰিয় হৈ উঠিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্য্য ৷

Top NewsVideo || হঠাৎ সক্ৰিয় হৈ উঠিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্য্য ৷


হঠাৎ সক্ৰিয় হৈ উঠিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্য্য ৷ পানবজাৰ আদৰ্শ প্ৰাথমিক স্কুল পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলৰ বুজ লোৱাৰ লগতে শিক্ষক শিক্ষয়ত্ৰীৰ লগতো আলোচনাত মিলিত হয় ৷ স্কুল খনৰ বিল্ডিংটো পুনৰ নিৰ্মানৰ বাবে শিক্ষামন্ত্ৰীক বিষটো অৱগত কৰে ৷ স্কুল খনৰ চাট বেৰ আদিত ফাট মেলা দেখা যায় ৷

Dipanjali sarma Report -GTM

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: