21.8 C
Assam
Sunday, February 5, 2023

Featured News

ছোৱালীৰ বিবাহৰ উপযুক্ত বয়স এতিয়াৰে পৰা ১৮ নহয় ২১ বছৰ

এতিয়াৰে পৰা ছোৱালীক ১৮ বছৰত নহয় ২১বছৰতহে...

থানাৰ সন্মুখত পত্নী-সন্তানৰ কান্দোনৰ ৰোল, আত্মহত্যাৰ ভাবুকি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ টুইট৷...

অসম বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। সদা ব্যস্ত গুৱাহাটী মহানগৰীতো পৰিছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

Top Newsঅসম বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। সদা ব্যস্ত গুৱাহাটী মহানগৰীতো পৰিছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০ সংগঠনৰ দ্বাৰা আহ্বায়িত অসম তথা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে সমগ্ৰ অসমতে। অসম বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। সদা ব্যস্ত গুৱাহাটী মহানগৰীতো পৰিছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। সদা ব্যস্ত গুৱাহাটী মহানগৰীৰ ৰাজপথত বন্ধ সমৰ্থকে আজি মুক্ত মনে খেলিলে ক্ৰিকেট। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আহ্বান কৰা অসম বন্ধৰ সন্দৰ্ভত আছু নেতৃত্বই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে নিজৰ মত আৰু স্পষ্ট স্থিতি।

গুৱাহাটীৰ পৰা শ্বাহ আলমৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!