21.8 C
Assam
Sunday, February 5, 2023

Featured News

ছোৱালীৰ বিবাহৰ উপযুক্ত বয়স এতিয়াৰে পৰা ১৮ নহয় ২১ বছৰ

এতিয়াৰে পৰা ছোৱালীক ১৮ বছৰত নহয় ২১বছৰতহে...

থানাৰ সন্মুখত পত্নী-সন্তানৰ কান্দোনৰ ৰোল, আত্মহত্যাৰ ভাবুকি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ টুইট৷...

গহপুৰত Eashan Assam Beauty Contest-2019 .

English Newsগহপুৰত Eashan Assam Beauty Contest-2019 .

গহপুৰত Eashan Assam Beauty Contest-2019 ৰ আয়োজন Eshan Assam 2019 Beauty Pageant ৰ সৌজন্যত আৰু ব্লেক কাৰ্পেট ক্লাছিক মিছেছ ইণ্ডিয়া ২০১৮ সন্মানেৰে সন্মানিত মমতা সন্দিকৈৰ তত্বাৱধানত অহা জানুৱাৰী মাহত গহপুৰত Eashan Assam 2019 Beauty Contest ৰ আয়োজন কৰা হৈছে।উত্তৰ অসমৰ বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলা ভিত্তিত আয়োজন কৰা উক্ত সৌন্দৰ্য প্ৰতিযোগিতাৰ বাবে আজি ২৬ ডিচেম্বৰত গহপুৰ নগৰৰ কনকলতা একাডেমী জুনিয়ৰ কলেজত আৰু অহাকালি ২৭ ডিচেম্বৰত হাৰমতীত Audition অনুষ্ঠিত হ’ব।ইয়াৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা সম্পূৰ্ণ বায়’ডাটা আৰু দুকপি পাছপৰ্ট আকাৰৰ ফটোসহ আবেদন বিচৰা হৈছে।বয়সৰ সীমা Kids ৰ বাবে ৩ ৰ পৰা ১২ বছৰ,Mrs ৰ বাবে বয়সৰ উদ্ধৰ্তম সীমা ৫৫ বছৰ আৰু Miss ৰ বাবে বয়সৰ সীমা নাই।উক্ত Audition ত International Ace Fashion Choreographer Mr.S.Cherian য়ে অংশগ্ৰহণ কৰিব।সৌন্দৰ্য্য বিষয়ক প্ৰতিভাৰ বিকাশ, প্ৰসাৰ আৰু ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি কৰি তুলিবলৈ উক্ত প্ৰতিযোগিতা আয়োজন কৰা হৈছে বুলি আয়োজক মণ্ডলীয়ে জানিবলৈ দিছে । Madhav Sarma report, Guwahati Times.

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!