নগাঁও জিলা প্ৰসাশনৰ হৈ উপায়ুক্ত বিশ্বজিত পেগুয়ে নিজ কাৰ্যালয়ত সম্বোধন কৰে এখনি সংবাদমেল। সংবাদ মেল খনিত উপস্থিত আছিল নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰাইমেধি, অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস, জয়ন্ত দাসৰ লগতে নিৰ্বাচন নিৰীক্ষক অনুজা ভূঞা আৰু মুনীন্দ্ৰ শৰ্মা দুই গৰাকী নিৰীক্ষকক সম্ভাষণ জনাই ।নগাওঁ আৰু কলিয়াবৰৰ মুঠ ভোটাৰৰ সংখ্যা ৯৫০২৫১ তাৰে পুৰুষ ভোটাৰ হল ৪৮৮১০৭ আৰু মহিলা ভোটাৰৰ সংখ্যা হল ৪৬২১৪৪।লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰশাসনিক দিশ টোৰ ওপৰত কিছু মন্তব্য আগ বঢ়াই। যাতে আগন্তুক পঞ্চায়ত সুকলমে পাৰ হৈ যায় তাৰ ওপৰতো দৃষ্টি ৰাখিব। বৰ্তমান সকলো আৰক্ষী সষ্টম পঞ্চায়ত নিৰ্বাচনৰ বাবে।