ভালুকৰ আক্ৰমনত গুৰুতৰভাবে আহত পিতা-পুত্ৰ।
গুৰুতৰভাবে আহত পিতৃ টেলকোৱা মুণ্ডাক সংকটজনক অৱস্থাত গুৱাহাটীলৈ আৰু পুত্ৰ বিক্ৰম মুণ্ডাক নগাঁৱলৈ প্ৰেৰণ।
দুয়ো জনে পাইপকোণা নামৰ হাবিত খৰি কাতি
থাকোতেই অতৰ্কিতে আক্ৰমন কৰে ভালুকটোৱে।
ইতিমধ্যে দুয়ো চিকিৎসাধীন।