fbpx
September 21, 2021

নগাঁৱৰ চাপানালাৰ জীয়াজুৰিত ভয়াবহ ঘটনা।

ভালুকৰ আক্ৰমনত গুৰুতৰভাবে আহত পিতা-পুত্ৰ।
গুৰুতৰভাবে আহত পিতৃ টেলকোৱা মুণ্ডাক সংকটজনক অৱস্থাত গুৱাহাটীলৈ আৰু পুত্ৰ বিক্ৰম মুণ্ডাক নগাঁৱলৈ প্ৰেৰণ।
দুয়ো জনে পাইপকোণা নামৰ হাবিত খৰি কাতি
থাকোতেই অতৰ্কিতে আক্ৰমন কৰে ভালুকটোৱে।
ইতিমধ্যে দুয়ো চিকিৎসাধীন।

error: Content is protected !!
%d bloggers like this: