38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

নগাঁৱৰ বেবেজীয়াত পথ দুৰ্ঘটনা

Assamese Newsনগাঁৱৰ বেবেজীয়াত পথ দুৰ্ঘটনা

নগাওঁ জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বিৰহ বেবেজীয়াত বৃহস্পতিবাৰে বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোক আহত হয় । জানিব পৰা মতে বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।

তীব্ৰ বেগত অহা এখন মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই এখন চাৰিচকীয়া বাহনৰ পিছৰফালে খুন্দা মৰা ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী দুজন।

চাৰিচকীয়া গাড়ীখনৰ নম্বৰ এ এছ ০১ ডি জি ৩৫০০ আৰু বাইকখনৰ নম্বৰ এ এছ ০২ এ কে ১৬৬০। পৰৱৰ্তী সময়ত ঘটনাস্থলীত বেবেজীয়া আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত বাইক আৰোহী দুজনক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!