নগাঁৱৰ ৰূপহীহাটত নাবালিকা ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত৷

1 min read

নগাঁৱৰ ৰূপহীহাটত নাবালিকা ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত৷
১মে’ৰ দিনা এখন পথাৰত এগৰাকী 10বছৰীয়া শিশুৰ ওপৰত চলাইছিল যৌন নিৰ্যাতন৷
শংকৰ মণ্ডল নামৰ লম্পটোৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল৷
জঘন্য কাণ্ডটো সংঘটিত কৰিয়েই পলায়ন কৰিছিল অভিযুক্ত শংকৰ মণ্ডলে৷
ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই হাতীপুখুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত শংকৰক।

Padum Bhuyan Report-GTM

You May Also Like

More From Author