29 C
Assam
Thursday, August 18, 2022

Featured News

নিশা মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড

Top Newsনিশা মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড

বিগ ব্ৰেকিং নিউজ
# গুৱাহাটী টাইমচ #

দাস পান চপত চৰ্ট চাৰ্কিটৰ ফলত নিশা মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ফলত জাহ যায় চাৰি লক্ষাধিক টকাৰ সা-সম্পত্তি। লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: