26.2 C
Assam
Monday, August 8, 2022

Featured News

নগাঁৱৰ গোমোঠাগাঁৱত ৯বস্তাকৈ চোৰাং শামুক উদ্ধাৰ

নিউজ ব্যুৰ',নগাঁও,৬আগষ্ট:--নগাঁও জিলাৰ ইটাচালী টাউন আৰক্ষী চকীৰ...

BTR CEM Pramod Boro Lauds NTPC GEM Initiative

On Friday, BTR CEM Pramod Boro interacted...

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

English Newsশোণিতপুৰ জিলাৰ জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

জামুগুৰিহাট: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ লাইন হোটেলৰ সমিপত আজি প্ৰায় দিনৰ ১১ মান বজাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।

স্থানীয় ৰাইজে আমাক জানিবলৈ দিয়ে যে ইটাখোলাৰ পৰা আহি থকা এখন এ এছ ১২ জেড ১০৫৩ মাৰুতি চুজুকিত এখন বাইকে প্ৰচণ্ড জোৰত খুন্দা মাৰে, ফলত বাইক আৰোহি দুজন আৰু গাড়ি চালকক ততালিকে ধলাইবিল অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

বাইক আৰোহি দুজনক ততাতয়াকৈ ওচৰৰ হস্পিতালত লৈ যোৱা হয় যদিও, দুয়োজনেই সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: