অৰ্জুন ভোগেশ্বৰ বৰুৱা হায়াত হাস্পাতাল ত ভৰ্তি।

অৰ্জুন ভোগেশ্বৰ বৰুৱা হায়াত হাস্পাতাল ত ভৰ্তি।

অৰ্জুন ভোগেশ্বৰ বৰুৱা হায়াত হাস্পাতাল ত ভৰ্তি। বৃক্ক জনীত ৰোগত আক্ৰান্ত বিশিষ্ট ক্ৰীড়াবীদ গৰাকী। আজি সন্ধিয়া প্ৰায় ৭ বজাত চিকিৎসালয় ত ভৰ্তি হয় বৰুৱা। এই তথ্য স্পষ্ট কৰিলে চিকিৎসালয় খনৰ কৰ্তৃপক্ষই।

দীৰ্ঘ দিন ধৰি বৃক্ক জনিত ৰোগৰ লগতে আন কেইবাটাও ৰোগত ক্ৰীড়াবীদ গৰাকী আক্ৰান্ত হৈ আছিল । সম্প্ৰতি বৰুৱাক চিকিৎসালয় খনৰ urology বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডঃ অম্লান জ্যোতি শৰ্মা দ্বাৰা চিকিৎসা প্ৰদান কৰি থকা হৈছে।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.