KMSS protest in Nagaon.

KMSS protest in Nagaon.

নগাঁওত কৃষক মুক্তিৰ গণ ধৰ্ণা ।কৃষি বিভাগত চলি থকা দুৰ্নীতিৰ প্ৰতিবাদ ।জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সমুখত এই প্ৰতিবাদ ।সময়মতে বীজ , সাৰ যোগান নিদিয়াৰ অভিযোগ ৷

BJP ৰ একনায়কত্ববাদী মনোভাৱে কৃষকক ৰামঠগন ৷ নিৰ্বাচনৰ দোহাই দি কৃষকৰ বীজ আৱদ্ধ কৰাৰ অভিযোগ ।পঞ্চায়ত নিৰ্বাচনৰ দোহাই দি BJP য়ে বীজ নিদি কৃষকক ৰামটাঙোন শোধোৱাৰ প্ৰতিবাদত এই গণ ধৰ্ণা ৰূপায়ন কৰে সংগঠনটোৱে ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.