যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ লৈ সমদল ৷

1 min read

ৰূপহী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ লৈ সমদল ৷
অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা বলবৎ কৰাৰ দাবীত নগাঁও জিলাৰ ৰূপহীহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰূপহী আঞ্চলিক সমিতিৰ উদ্যোগত আজি জোঁৰ লৈ এক বিশাল সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই বিশাল সমদলে কপাই তোলে ৰূপহীৰ আকাশ বতাহ ৷

জুৰীয়াৰ পৰা পদুম ভূঞা |

You May Also Like

More From Author