Month: December 2018

UK court to deliver verdict in Vijay Mallya extradition case today

UK court to deliver verdict in Vijay Mallya extradition case today

A court in the United Kingdom will decide on Vijay Mallya’s extradition to India on Monday to face charges of financial irregularities running into thousands of crores but the businessman is unlikely to return anytime soon. The 62-year-old former boss of Kingfisher Airlines has been on bail since his arrest on an

নগাঁৱৰ চাপানালাৰ জীয়াজুৰিত ভয়াবহ ঘটনা।

নগাঁৱৰ চাপানালাৰ জীয়াজুৰিত ভয়াবহ ঘটনা।

ভালুকৰ আক্ৰমনত গুৰুতৰভাবে আহত পিতা-পুত্ৰ।গুৰুতৰভাবে আহত পিতৃ টেলকোৱা মুণ্ডাক সংকটজনক অৱস্থাত গুৱাহাটীলৈ আৰু পুত্ৰ বিক্ৰম মুণ্ডাক নগাঁৱলৈ প্ৰেৰণ।দুয়ো জনে পাইপকোণা নামৰ হাবিত খৰি কাতি থাকোতেই অতৰ্কিতে আক্ৰমন কৰে ভালুকটোৱে।ইতিমধ্যে দুয়ো চিকিৎসাধীন।