Year: 2018

CM Sarbananda Sonowal present in Dhola Election Campaining

CM Sarbananda Sonowal present in Dhola Election Campaining

শদিয়াৰ ঢলাত নিৰ্বাচনী প্ৰচাৰত অংশ ললে মুখ্যমন্ত্ৰী সোনোৱালে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে শদিয়া সমষ্টিৰ ঢলাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ পুৱা ১১ বজাত গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে পোনে পোনে ধলাত উপস্থিত হয় মুখ্যমন্ত্ৰী ৷ শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, শদিয়া জিলাৰ পৰ্যবেশক লক্ষ্য কোৱঁৰ, শদিয়া জিলা