এটা জটিল ক্ষণত আজি অসম, ২৭ নৱেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত গৃহীত কৰা-নকৰা সন্দৰ্ভত আলোচনাত মিলিত হ’ব যুটীয়া সংসদীয় সমিতি আৰু উক্ত দিনাই নিৰ্ধাৰিত হ’ব অসমৰ ভাগ্য। সংবাদমেলত এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে। কৃষক নেতা অখিল গগৈয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমবাসী বদ্ধপৰিকৰ।
Year: 2018
আগন্তুক পঞ্চায়ত নিৰ্বাচনত পাৰ্টিৰ পৰিৱৰ্তে প্ৰাৰ্থী চাই জনসাধাৰণক ভোট দিয়াৰ আহ্বান জনালে আছুৰ সভাপতি দীপাঙ্ক কুমাৰ নাথ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ নগাঁৱৰ পাঠৰিত অনুষ্ঠিত হোৱা নগাঁও জিলা ছাত্ৰ সন্থাৰ ২৩ তম আন্তঃপাঠৰি অধিবেশনৰ মুকলি সভাত অংশগ্ৰহন কৰি এই আহ্বান জনালে ছাত্ৰ নেতা দুগৰাকীয়ে । ভাষণ প্ৰসংগত আছুৰ সভাপতি-সম্পাদক দুগৰাকীয়ে
চামগুৰিত আৰম্ভ হৈছে নিৰ্বাচনী হিংসা। নিশা চামগুৰিৰ কনুৱামাৰি পঞ্চায়তৰ পাচ টাকৈ কংগ্ৰেছী কাৰ্যালয়ত অগ্নিসংযোগ কৰিলে অচিনাক্ত দুৰ্বৃত্তই।পোন্ধৰ বছৰীয়া কংগ্ৰেছী কাৰ্যকালতে আৰম্ভ হৈছিল এই কুসংস্কৃতি।কংগ্ৰেছৰ শাসন গল কিন্তু এতিয়া এই কু সংস্কৃতিৰ ফল ভোগ কৰিছে কংগ্ৰেছেই।ৰকিবুলৰ দুৰ্গ হিচাপে খ্যাত কনুৱামাৰি পঞ্চায়তত বিৰোধী এনে আক্ৰমণাত্মক কাৰ্যই আতংকিত কৰি তুলিছে কংগ্ৰেছী সমৰ্থক সকলক।যিহেতু
In a bid to promote paperless governance, the Centre has amended a law to allow people to carry digital form of driving licence, registration certificate (RC) and other related documents while driving. The Union Ministry of Road Transport and Highways said the Central Motor Vehicle Act, 1989 had been amended