ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত কেইবামাহো ধৰি বন্ধ হৈ আছে কামাখ্যা দেৱালয়ৰ দুৱাৰ। বৃহস্পতিবাৰৰ পৰা প্ৰশাসনে দেৱালয়ৰ দুৱাৰ খোলাৰ নিৰ্দেশ দিছিল যদিও এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে দলৈ সমাজে। এতিয়াৰে পৰা কামাখ্যালৈ অহা দৰ্শনাৰ্থীয়ে লৈ আহিব লাগিব ৩ দিন পূৰ্বৰ ক’ভিড টেষ্টৰ নিগেটিভ ৰিপৰ্ট। এদিনত প্ৰায় ৫০০গৰাকী দৰ্শনাৰ্থীয়ে দৰ্শন কৰিব
Month: September 2020
Every year when the prices of the likes of onions, tomatoes and other kitchen staples go up, the government used to invoke the Essential Commodities Act (ECA) to ensure that there was no hoarding of these products which was artificially inflating the prices. From now on it will not happen
চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএছ)ক স্বচ্ছ আৰু নিকা কৰাৰ বাবে আঁচনি গ্রহণ কৰিছে৷ পিডিএছৰ অধীনৰ অত্যাৱশ্যকীয় খাদ্য–সামগ্রী যোগান হিতাধিকাৰীসকলৰ মাজত বিতৰণ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ চৰকাৰে আধুনিকীকৰণৰ যাৱতীয় কাম–কাজ অব্যাহত ৰাখিছে৷ কিন্তু বিভাগটোৰ একাংশ দুর্নীতিগ্রস্ত বিষয়াই ৰাষ্ট্রীয় খাদ্য সুৰক্ষা কার্ড প্রদানৰ নামত লাখ লাখ টকা সংগ্রহ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত
বৰপেটা জিলাৰ হাউলী থানাৰ আৰক্ষীয়ে যোৱানিশা প্রায় ২ বজাত হানী ট্রেপিং চক্রৰ সৈতে জডিত ৫জন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ যুৱককেইজনে হাউলী নগৰৰ এজন প্রতিষ্ঠিত ব্যৱসায়ীৰ গোপন ভিডি’ সংগ্রহ কৰি ৫ লাখ টকা দাবী কৰিছিল৷ ব্যৱসায়ীগৰাকীয়ে আৰক্ষীৰ সহায় বিচাৰে৷ যোৱানিশা টকা নিবলৈ অহাৰ সময়তে হাতে–লোটে ধৰা পৰে হানী ট্রেপিং চক্রৰে
ধুবুৰী জিলাৰ পশ্চিমবংগ সীমান্তৰ ছাগলীয়া আৰক্ষীয়ে যোৱানিশা অভিযান চলাই আই পি এলৰ তিনি জুৱাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত জুৱাৰীজনৰ ঘৰ ছাগলীয়া দ্বিতীয় খণ্ড গাঁৱত৷ ছাগলীয়াত আই পি এলৰ অবৈধ জুৱা চলি থকাৰ তথ্য লাভ কৰি যোৱানিশা অভিযান চলাই নুৰ আলম, মমিনুৰ হক আৰু মতীবুৰ ৰহমান নামৰ তিনি জুৱাৰীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷