মহানগৰীৰ একাংশ গাড়ী বিক্রী প্রতিষ্ঠানত চলিছে ব্যাপক খেলিমেলি৷ একাংশ প্রতিষ্ঠানে পুৰণা গাড়ীত ৰং সানি গ্রাহকক অধিক দামত বিক্রী কৰি প্রতাৰণা কৰি আহিছে৷ শেহতীয়াকৈ খানাপাৰাস্থিত গাড়ী বিক্রীৰ প্রতিষ্ঠান পোদ্দাৰ কাৰ ৱর্ল্ডৰ বিৰুদ্ধে গ্রাহকক নতুন গাড়ীৰ সলনি পুৰণা গাড়ী বিক্রীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ প্রতিষ্ঠানটোৱে পুৰণা গাড়ীত ৰং সানি নতুন বুলি কৈ
Month: December 2020
২০২১ৰ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতাবৃদ্ধি পাইছে৷ আজি অসম গণ পৰিষদেও সৰুপথাৰ সমষ্টিৰ সৰুপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰে জাতীয় ঐক্য সমাৰোহ৷ এই সমাৰোহত অংশগ্রহণ কৰে অগপ দলৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত, অগপৰ সাংস্কৃতিক সম্পাদিকা কল্পনা পাটোৱাৰীসহবহু নেতা–কর্মীয়ে৷ সভাত অগপৰ সভাপতি অতুল
নেকিবুৰ ৰহমান নামৰ লোক এজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ৷ নিশা সংঘটিত এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় নেকিবুৰৰ বাসগৃহটো ৷ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হয় প্ৰায় সাত লাখ টকাৰ সম্পত্তি ৷ কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ’ল সেই কথা এতিয়া নিশ্চিত কৰিব পৰা নাই ৷
গুৱাহাটী: আজি নতুন বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে বিটিচিৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য হিচাপে আজি দিনৰ ১১বজাত কোকৰাঝাৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত শপতগ্ৰহণ কৰিব ৷উল্লেখ্য যে বিটিচিৰ উপ মুখ্য কাৰ্যনিৰ্বাহকৰ আসনখনো ইউপিপিএলৰ প্ৰাৰ্থীকে দিয়া হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ
GUWAHATI: Schools, colleges and other educational institutes in Assam will start functioning normally from January 1, 2021. All the academic restrictions imposed by the state government due to COVID19 protocols will be withdrawn from elementary school to university levels from the inception of the new year, announced Minister for Health