বছৰ শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ২০২১ চনৰ পৰা সাধাৰণ জীৱনত বহু পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে। আৰু ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষ ভাবে পৰিব সাধাৰণ নাগৰিকৰ ওপৰত। সূত্ৰৰ খবৰ অনুসৰি, গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত বহু নিয়ম সলনি কৰাৰ সম্ভাৱনা আছে। অনুমান কৰা হৈছে যে, অতি শীঘ্ৰে এল পি জি
Year: 2020
২২ সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলাৰ দিন ২০২১ চনৰ নবেম্বৰত অনুষ্ঠিত হ’ব। অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ নবেম্বৰ মাহৰ পৰিৱৰ্তে ২০২১ বৰ্ষৰ জানুৱাৰী-ফ্ৰেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল গ্ৰন্থমেলাখন। গ্ৰন্থমেলাখনৰ উপদেষ্টা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিহেতু ২০২১ৰ জানুৱাৰী আৰু
কামাখ্যা মন্দিৰত পৰিদৰ্শন কৰি মা কামাখ্যাৰ আৰ্শীবাদ ললে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংগ দিয়ে তেওঁক। কামাখ্যাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ইয়াৰ পিছতে মণিপুৰলৈ যাত্ৰা কৰিব অমিত শ্বাহে। উল্লেখ্য দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণত আছে অমিত শ্বাহ।
Guwahati: LinkedIn Local Successfully hosted the third edition at Guwahati on the 26th of December at Awesome Palace. The event was scheduled for March but got canceled due to Covid19. The prime focus of the event was to put on networking and from there a discussion on “Business during the
গুৱাহাটী : উত্তৰ গুৱাহাটীৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মাক্ষেত্ৰত আজি গৃহমন্ত্ৰী অমিত শ্বাহে উদাত্ত ভাষণ আগবঢ়ায়৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে উপস্থিত হোৱা শ্বাহে ‘ভাৰত মাতা কী জয়’ ধ্বনিৰে ভাষণ আৰম্ভ কৰে৷ ‘কা’বিৰোধী আন্দোলনকে ধৰি বিভিন্ন কাৰণত চলি থকা আন্দোলনৰ প্ৰসংগ টানি ‘আন্দোলন কৰিলে কেৱল ছহিদৰ সংখ্যাহে বাঢ়িব’ – বুলি জনসভাত শ্বাহে কয়৷