Guwahati: Assam’s premier educational institution, Cotton University begins online application for admission to post-graduate programmes from 3 October. Interested students having requisite qualification can fill-in and submit their forms through the website https://admissions.cottonuniversity.ac.in Last date of registration and payment of fees is 8 October and submission of online application form
Year: 2020
Uttar Pradesh Chief Minister Yogi Adityanath has ordered a probe by the Central Bureau of Investigation (CBI) into the case of brutal gang-rape and death of a Dalit woman in Hathras last month, his Office said in a tweet on Saturday. The decision was taken after a high-level meeting of
গুৱাহাটী: অহা সোমবাৰ অর্থাৎ ৫ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকাললৈ ব্যৱসায়িক যাত্ৰীবাহী যান-বাহনৰ চকা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব। সদৌ অসম মটৰ পৰিবহন সন্ধাই বহু কেইটা দাবীত এই চকা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰিব। ব্যৱসায়িক যাত্ৰীবাহী যান-বাহনৰ মালিক আৰু শ্ৰমিকৰ লগতে সমূহ ৰাইজক চকা বন্ধ কাৰ্যসূচী পালন কৰিবলৈ আৰু সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে
গুৱাহাটী: শুকুৰবাৰে ঘোষণা হ’ব লগা কৃষক মুক্তি আৰু ৭০ সংগঠনৰ প্ৰস্তাৱিত ৰাজনৈতিক দললৈ কৃষক মুক্তি সংগ্রাম সমিতিৰ পৰা প্রেৰণ কৰা হৈছে বহুকেইজন শীৰ্ষ নেতাক।কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো’ ডি শইকীয়া, কাৰ্যকৰী সভাপতি অনিল বড়ো,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান,ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম,চাহ শ্ৰমিক
গুৱাহাটী: যি সময়ত ৰাজ্যৰ লাখ লাখ নিবনুৱাই আৰক্ষীৰ চাকৰিত সোমাবলৈ অশেষ শাৰীৰিক মানসিক কষ্ট কৰিছে সেই সময়তে একাংশ দালালৰ বাবে বাৰে বাৰে বিঘ্নিত হৈছে নিযুক্তি প্ৰক্ৰিয়া। মৰিগাঁও ত আজিৰে পৰা অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া। পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰথম দিনাই মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাৰ