Year: 2020

বিজেপিৰ চৰকাৰ আহিলে মুছলমান হ’ব লাগিব হিন্দু, পঢ়িব নোৱাৰিব নামাজ !

বিজেপিৰ চৰকাৰ আহিলে মুছলমান হ’ব লাগিব হিন্দু, পঢ়িব নোৱাৰিব নামাজ !

মিঞা মিউজিয়াম, আৰবী ভাষাৰ বেনাৰ আৰু পাকিস্তান জিন্দাবাদ ধ্বনিৰে ইতিমধ্যে বিধানসভা নির্বাচনৰ প্রাকক্ষণত কংগ্রেছ–এ আই ইউ ডি এফে ধর্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰাৰ পাছত ইয়াক কার্যকৰী ৰূপ দিয়াৰ লক্ষ্যত নামি পৰিছে দলটোৰ একাংশ বিধায়ক তথা জ্যেষ্ঠ নেতা৷ শেহতীয়াকৈ বৰাকত সাম্প্রদায়িক মন্তব্যৰে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে বিজেপি

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই সাংবাদিক নিগ্ৰহৰ ঘটনাৰ তদন্ত বিচাৰি তীব্ৰ প্ৰতিবাদ

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই সাংবাদিক নিগ্ৰহৰ ঘটনাৰ তদন্ত বিচাৰি তীব্ৰ প্ৰতিবাদ

মিৰ্জাত সাংবাদিক মিলন মহন্তৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ কৰিবলৈ বিভিন্ন দল সংগঠনৰ লগতে সমাজ সংস্কৃতিৰে জড়িত লোক সকলে । প্ৰতিবাদী সকলে সমস্বৰে বৰ্তমানেও অপৰাধী সঞ্জয় ঠাকুৰীয়া সহ সাংবাদিক আক্ৰমনত জড়িত চক্ৰটোক পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যক গৰিহনা দিয়ে । প্ৰতিবাদী সকলৰ মাজত সাংবাদিকৰ উপৰি অগপ,বিজেপি,কংগ্ৰেছ আদি ৰাজনৈতিক দলৰ স্থানীয় বিষয়ববীয়া

BREAKING: BAGHJAN FIRE IN ASSAM DOUSED

BREAKING: BAGHJAN FIRE IN ASSAM DOUSED

GUWAHATI: The fire at Baghjan Oil well of the Oil India Limited (OIL) in Assam’s Tinsukia district has been finally doused. On May 27 this year, a blowout occurred after the well suddenly became active while OIL was carrying out workover operations in the gas-producing well Baghjan-5 under Baghjan Oilfield.

ডিমৌত পাশৱিক ঘটনা নিজ সন্তানসহ ৬ শিশুক বলি দিয়াৰ চেষ্টা

ডিমৌত পাশৱিক ঘটনা নিজ সন্তানসহ ৬ শিশুক বলি দিয়াৰ চেষ্টা

ৰাজ্যত অন্ধবিশ্বাসৰ এক ভয়ংকৰ ঘটনা। অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত ডিমৌৰ সমীপৰ এটা অঞ্চল। এই ঘটনা সংঘটিত হৈছে ডিমৌ মুখত। উল্লেখযোগ্য যে জমিউৰ হুচেইন নামৰ এজন লোকে নিজৰ ৩টি সন্তানসহ তেওঁৰ ভাতৃ চৰিফুল হুছেইন নামৰ লোকজনৰো ৩টা সন্তানক বলি দিবলৈ যোৱাত স্থানীয় ৰাইজে কোনোমতে ৰক্ষা কৰে। সম্প্ৰতি শিৱসাগৰ আৰক্ষী উপস্থিত হৈ অভিযুক্ত