আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয় ৰেল মন্ত্ৰী পিয়ুশ গোৱেলৰ প্ৰতিমূৰ্তি দাহ কৰে । উত্তৰ পূৱৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক বঞ্চিত কৰি বহিৰাগত প্ৰাৰ্থীক গোপনে নিযুক্তি দিয়াৰ প্ৰতিবাদত এই প্ৰতিমূৰ্তি দাহ কাৰ্য্যসূচী গ্ৰহণ কৰে । বছৰ বছৰ ধৰি অসমীয়া তথা উত্তৰ পূৱৰ শিক্ষিত
Month: June 2021
যোৰহাট বিজ্ঞান-প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনি গৰাকী কৰ্মচাৰীক নিলম্বন। চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ কাৰণ অবৈধ নিযুক্তি। নিলম্বিত তিনি কৰ্মচাৰী ক্ৰমে – অজন্তা দত্ত, বিদ্যাৰ্থী বৰা, আৰু নৱনীতা বৰঠাকুৰ। দীৰ্ঘদিন ধৰি আছুৱে চলাই অহা দাবীৰ পৰিণতিত লোৱা হয় এই সিদ্ধান্ত।
অসম আৰক্ষীত আন এক নতুন সংযোজন।৩ কোটিকৈ টকা ব্যয় সাপেক্ষে ৰাজ্যৰ প্ৰতিখন থানাতে বিশেষ চাইবাৰ কিটৰ ব্যৱস্থা কৰা হৈছে৷প্ৰথম পৰ্যায়ত গুৱাহাটীৰ প্ৰতিখন থানাত চাইবাৰ কিট দিয়া হ’ব৷ এই কিটৰ জড়িয়তে থানাতে চাইবাৰ অপৰাধৰ তদন্ত কৰিব পাৰিব৷ আজিৰে পৰা গুৱাহাটী আৰক্ষীৰ চাইবাৰ কিটৰ প্ৰশিক্ষণ আৰম্ভ হ’ব৷ প্ৰতিজন আৰক্ষীক চিআইডিৰ কাৰ্যালয়ত চাইবাৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, লোকনিৰ্মাণ বিভাগ(ভৱন)ৰ আয়ুক্ত ৰাজ চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। পৰিদৰ্শন আৰু পৰ্যালোচনাৰ
ৰে’লৰ টিকট ক্ৰয় কৰোঁতে বহুতো লোক অসাধু দালাল বা প্ৰৱঞ্চক টেভেল এজেণ্টৰ ফান্দত পৰে। তেওঁলোকৰ পৰা টিকট বহুত বেছি মূল্যত ক্ৰয় কৰক। ভাৰতীয় ৰে’লৱেই এতিয়া এই চক্ৰটো বন্ধ কৰিবলৈ এটা নতুন নীতি বিবেচনা কৰিছে। আগন্তুক দিনত, আইআৰচিটিচি(IRCTC) ৱেবছাইটৰ পৰা অনলাইন টিকট বুক কৰিবলৈ যাত্ৰীৰ ব্যক্তিগত নথিপত্ৰ লাগিব পাৰে। কি কি