Month: June 2021

4 Assam tiger reserves get CATS accreditation

4 Assam tiger reserves get CATS accreditation

All four tiger reserves of Assam have received accreditation by the National Committee of Conservation Assured Tiger Standards (CATS) for maintaining a high standard of conservation, an official release said on Friday. The accreditation has been given to Kaziranga, Manas, Nameri and Orang tiger reserves. The CATS assessment has been

ক’ভিডৰ বাবে মহা অম্বুবাচী মেলা বাতিল

ক’ভিডৰ বাবে মহা অম্বুবাচী মেলা বাতিল

ক’ৰোনা মহামাৰীৰ এই বিভীষিকাময় পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিগত বর্ষৰ দৰে এইবাৰো শক্তিপীঠ কামাখ্যা ধামত বাতিল কৰা হৈছে মহা অম্বুবাচী৷ কেৱল পৰম্পৰাগত ধর্মীয় নীতি–নিয়মেৰে মন্দিৰ পৰিসৰত ২২ জুনৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব মহা অম্বুবাচী৷ বৃহস্পতিবাৰে মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এক সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয় বুলি কামাখ্যা মন্দিৰৰ

ছয়মাইলত নগদ ধন–ড্রাগ্ছসহ মাতৃ–পুত্রক গ্রেপ্তাৰ

ছয়মাইলত নগদ ধন–ড্রাগ্ছসহ মাতৃ–পুত্রক গ্রেপ্তাৰ

নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে মহানগৰ আৰক্ষীৰ অভিযান৷ কালি গড়চুক আৰক্ষীয়ে মহানগৰীৰ কটহবাৰীৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ দুজন ব্যৱসায়ীক গ্রেপ্তাৰ কৰাৰ পিছত দিছপুৰ আৰক্ষীয়ে মহাগৰীৰ ছয়মাইলৰ পৰা বুজন পৰিমাণৰ ব্রাউন ছুগাৰসহ ২ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ছয়মাইলৰ দ্বাৰান্ধাৰ পৰা গ্রেপ্তাৰ কৰা ড্রাগ্ছ সৰবৰাহী দুজন সপ্তান বেগম (৬০) আৰু তেওঁৰ পুত্র আব্দুল

বিজেপি কর্মীক প্রহাৰ কৰি গীতানগৰ থানাৰ উপ–পৰিদর্শকসহ দুই কনিষ্টবল নিলম্বন

বিজেপি কর্মীক প্রহাৰ কৰি গীতানগৰ থানাৰ উপ–পৰিদর্শকসহ দুই কনিষ্টবল নিলম্বন

সান্ধ্য আইন উলংঘা কৰাৰ অপৰাধত প্রবীন বৈশ্য নামৰ এজন যুৱকক নির্মমভাৱে অত্যাচাৰ কৰাৰ অভিযোগত গীতানগৰ থানাৰ উপপৰিদর্শক ফুলেশ্বৰ কোঁৱৰক নিলম্বন কৰিছে মহানগৰ আৰক্ষী আয়ুক্তই৷ আৰক্ষীৰ নির্যাতনৰ বলি হোৱা প্রবীন বৈশ্যই এই ঘটনা সন্দর্ভত  প্রতিক্রিয়া প্রকাশ কৰি কয় যে যোৱা ২৮ মে’ৰ সন্ধিয়া ৭.৫৫ বজাত ৰোগীয়া মাতৃৰ বাবে ঔষধ ক্রয় কৰিবলৈ