Month: August 2021

ভুৱা কৃষকৰ নামত শ শ কোটি টকা আত্মসাৎ কৰা ঘটনাকলৈ সৰৱ অজিত কুমাৰ ভূঞা

ভুৱা কৃষকৰ নামত শ শ কোটি টকা আত্মসাৎ কৰা ঘটনাকলৈ সৰৱ অজিত কুমাৰ ভূঞা

বিজেপিৰ শাসনত এতিয়া অসমত একপ্ৰকাৰ ডকাইতিৰাজ চলিছে । চৰকাৰখনত কেউফালে সমন্বয়হীন অৱস্থা, ব্যাপক দুৰ্নীতি আৰু মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসকলৰ খেয়াল-খুচি মতে অসমত ৰাজ-শাসন চলিছে । সাধাৰণ মানুহৰ অৱস্থা দিনকদিনে অচল হ’বলৈ ধৰিছে । এই অভিযোগ ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাৰ । দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন

চলচ্চিত্রম্ ফিল্ম ফেষ্টিভেলৰ সামৰণিঃ মণিপুৰৰ ছবিলৈ শ্রেষ্ঠ ছবি

চলচ্চিত্রম্ ফিল্ম ফেষ্টিভেলৰ সামৰণিঃ মণিপুৰৰ ছবিলৈ শ্রেষ্ঠ ছবি

আজিৰ কঠিন সময়ত, সৃষ্টিৰ আকাংক্ষা হয়তো লেহেম হৈ পৰিছিল, কিন্তু ই শেষ হ’ব নোৱাৰে৷ শিল্পীসকলক তেওঁলোকৰ কলা প্রদর্শন কৰাৰ বিকল্প উপায় আগবঢ়োৱাটো কলাৰ পৃষ্ঠপোষকসকলৰ দায়িত্ব৷ যোৱা বছৰ, বিশ্ব সংবাদ কেন্দ্রৰ উদ্যোগত চলচ্চিত্রম্ ৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ জ্যোতি চিত্রবন ফিল্ম ষ্টুডিঅ’ত অনুষ্ঠিত হৈছিল৷ আর্টিষ্টিক পৰিচালক ডলটনে কয়, ‘সভ্যতা হয়াৰ ঐতিহ্যৰ জৰিয়তে জনাজাত

অসমীয়া জীয়ৰী–বোৱাৰীৰ লজ্জাক বিক্রী কৰি বিদেশত পর্ন’গ্রাফীৰ বেহা

অসমীয়া জীয়ৰী–বোৱাৰীৰ লজ্জাক বিক্রী কৰি বিদেশত পর্ন’গ্রাফীৰ বেহা

অসমত ভয়ানক হাৰত সংঘটিত হ’ব ধৰিছে চাইবাৰ অপৰাধ৷ মুম্বাইৰ ৰাজ কুন্দ্রাৰ অপৰাধৰ কাহিনীতকৈও শিহৰণকাৰী ঘটনা এইখন অসমৰ তেজপুৰতেই সংঘটিত হৈছে৷ চাইবাৰ অপৰাধীয়ে সামাজিক মাধ্যমৰ জৰিয়তে জালত পেলাই অসমীয়া জীয়ৰী–বোৱাৰীৰ লজ্জাক বিক্রী কৰিছে বিদেশত৷ তেজপুৰৰ পৰা আফ্রিকা, আমেৰিকাৰ ফোন নম্বৰ আৰু বিভিন্ন নেটৱর্কিং ছাইট ব্যৱহাৰ কৰি তেজপুৰৰ যুৱকে দীর্ঘদিন ধৰি পর্নগ্রাফীৰ

গুৱাহাটী প্রেছ ক্লাবত ভেকচিন শিবিৰ

গুৱাহাটী প্রেছ ক্লাবত ভেকচিন শিবিৰ

অহা ২২–২৩ আগষ্টত গুৱাহাটী প্রেছ ক্লাবত দুদিনীয়া কার্যসূচীৰে ক’ভিড ভেকচিন ক’ভিছিল্ডৰ দ্বিতীয় পালি প্রতিষেধক শিবিৰৰ আয়োজন কৰা হৈছে৷ গুৱাহাটী প্রেছ ক্লাবত প্রথম পালি প্রতিষেধক গ্রহণ কৰা সদস্যসকলে ল’ব পাৰিব দ্বিতীয় পালি প্রতিষেধক৷ মাত্র দুদিনীয়াকৈ আয়োজিত হ’বলগীয়া প্রতিষেধক শিবিৰত পূর্বে কোনো পঞ্জীয়নৰ ব্যৱস্থা কৰা নহ’ব৷ প্রতিষেধক ল’বলৈ অহা সতীর্থসকলে নির্ধাৰিত দিনটোত

তাই জীয়াই আছে : সংবাদ মাধ্যত ক’লে নন্দিতাৰ দেউতাকে

তাই জীয়াই আছে : সংবাদ মাধ্যত ক’লে নন্দিতাৰ দেউতাকে

শনিবাৰে দিন দুপৰতে ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰীৰ ওপৰত আক্ৰমণ চলাইছিল মহাবিদ্যালয়খনৰ এগৰাকী কৰ্মচাৰীয়ে ৷ মুঠ দুগৰাকী ছোৱালীৰ ওপৰত এইদৰে আক্ৰমণ কৰিছিল দূৰ্বিত্তই ৷ ইয়াৰে নন্দিতা শইকীয়া নামৰ ছাত্ৰী গৰাকী গুৰুতৰভাৱে আহত হোৱাৰ বাবে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছে ৷ পিছে, একাংশ সংবাদ মাধ্যমত শেহতীয়াকৈ নন্দিতাৰ মৃত্যু হোৱা বুলি