তালিবান(Taliban)ৰ বিৰুদ্ধে যুঁজ দিবলৈ হাতত অস্ত্ৰ তুলি লোৱা ছালিমা মাজাৰী((Salima Mazari) তালিবানৰ হাতত বন্দী ৷ তালিবানৰ বিৰুদ্ধে স্থিতি ল’বলৈ সাহস কৰা আফগানিস্তান(Afghanistan)ৰ এইগৰাকী অন্যতম প্ৰথম মহিলা গভৰ্ণৰক ৰাষ্ট্ৰখনৰ বাল্খ প্ৰদেশ(Balkh Province)ত তালিবানে বন্দী কৰিছে বুলি জানিব পৰা গৈছে ৷ তালিবানৰ আতংকত বহু আফগান ৰাজনৈতিক নেতাই দেশ এৰি পলায়ন কৰাৰ সময়ত
Month: August 2021
তালিবানী ৰাজত মহিলাসকলৰ বাবে এনে কঠিন নিয়ম সৃষ্টি কৰা হয়, যিবোৰে মানৱ অধিকাৰক পোনপটীয়াকৈ উলংঘন কৰে। শ্বৰিয়া আইনৰ অধীনত মহিলাসকলৰ পৰা তেওঁলোকৰ সকলো অধিকাৰ কাঢ়ি লোৱা হয়। ২০০১ চনত যেতিয়া আফগানিস্তানত তালিবান শাসন আৰম্ভ হৈছিল, তেতিয়া মহিলাসকলে যথেষ্ট সহ্য কৰিছিল। কিন্তু পুনৰবাৰ দৈনন্দিন জীৱনত মহিলা আৰু যুৱতীসকলে সেই একে নিয়ম
শিলত চিত্ৰ অংকন কৰি উজলিছে অসমৰ এগৰাকী যুৱতী । আহোম যুগৰ কীৰ্তিচিহ্ন অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত (India book of records) নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে যুৱতীগৰাকী । যুৱতীগৰাকী হৈছে শিৱসাগৰৰ চেৰেকাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাঁহচৰা লংকাক গোঁহাই গাঁৱৰ এলিভা বুঢ়াগোঁহাই । এটা ৮ ছে:মি: দৈৰ্ঘ্যৰ শিলত চাৰিটাকৈ আহোম
অসম আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো পুনৰ সক্রিয় হৈ উঠিছে আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্র৷ এই চক্রটোৱে ম্যানমাৰৰ পৰা গুৱাহাটীৰ মাজেৰে ন ন কৌশলেৰে ড্রাগ্ছ, সোণ, চুপাৰি, ইলাচি সৰবৰাহ অব্যাহত ৰাখিছে৷ দুদিন পূর্বে গুৱাহাটীত ১.৭৭ কোটি টকা মূল্যৰ চোৰাং সোণসহ মহাৰাষ্ট্রৰ এটা সৰবৰাহকাৰী শুল্ক বিভাগে গ্রেপ্তাৰ কৰাৰ পিছত আজি ৰে’ল আৰক্ষী, শুল্ক
বিগত কিছু দিন পূৰ্বে মৰিগাঁও জিলাত পোহৰলৈ আহিছিল কিডনী বিক্ৰীৰ দৰে ভয়াবহ ঘটনা ৷ ইয়াৰ পিছতে ৰাজ্যৰ অন্যান্য প্ৰান্ততো মানৱদেহৰ অংগ ব্যৱসায়ৰ তথ্য পোহৰলৈ আহিছিল ৷ ইয়াৰ ভিতৰত অন্যতম এখন জিলা হিচাপে পৰিগনিত হৈছে ডিব্ৰুগড় জিলা ৷ জিলাখনত এতিয়াও সক্ৰিয় হৈ আছে মানৱ দেহৰ অংগ বিক্ৰীৰ লগত জড়িত এটা দালাল