Advertisement

Month: August 2021

নগৰবেৰাত বানৰ তাণ্ডৱ, বানপানীত প্লাৱিত হৈছে অঞ্চলটোৰ একাধিক গাওঁ

নগৰবেৰাত বানৰ তাণ্ডৱ, বানপানীত প্লাৱিত হৈছে অঞ্চলটোৰ একাধিক গাওঁ

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ একাধিক গাওঁ বানপানীৰ কবলত। শেহতীয়াকৈ বানপানীত প্লাৱিত হৈছে অঞ্চলটোৰ একাধিক গাওঁ-ৰাজপথ। ৰাজপথ জলমগ্ন হোৱাত ৰাইজৰ যাতায়তত বিপৰ্যয় নমাৰ সমন্তৰালকৈ চৰণীয়া পথাৰ প্লাৱিত হোৱাত পোহনীয়া